INTERNATIONAL JOURNAL OF NOVEL RESEARCH AND DEVELOPMENT International Peer Reviewed & Refereed Journals, Open Access Journal ISSN Approved Journal No: 2456-4184 | Impact factor: 8.76 | ESTD Year: 2016
Scholarly open access journals, Peer-reviewed, and Refereed Journals, Impact factor 8.76 (Calculate by google scholar and Semantic Scholar | AI-Powered Research Tool) , Multidisciplinary, Monthly, Indexing in all major database & Metadata, Citation Generator, Digital Object Identifier(DOI)
সাৰাংশ ঃ ভাৰতীয় ধাৰ্মিক, সামাজিক, সাংস্কৃতিক ইতিহাসত পুৰাণ ‘মহাভাৰত’ৰ এক সুকীয়া আসন আছে৷ মহাভাৰতৰ কাহিনীয়ে যিদৰে সমগ্ৰ ভাৰতবাসীৰ মন-প্ৰাণ আলোড়িত কৰে ঠিক তেনেদৰে মহাভাৰতৰ চৰিত্ৰসমূহৰ বৈশিষ্ট্যইও পাঠকৰ মন-মগজু প্ৰভাৱিত কৰে৷ মহাভাৰতৰ অন্যান্য বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰসমূহৰ ভিতৰত এটি অন্যতম বিশিষ্ট চৰিত্ৰ হৈছে ‘দ্ৰৌপদী’৷ দ্ৰৌপদীৰ বৈচিত্ৰ্যময় জীৱনগাঁথাই সকলোৰে মন চৰিত্ৰটিৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত কৰে৷ দ্ৰৌপদীৰ এনে বিচিত্ৰ চৰিত্ৰৰ প্ৰতি অসমীয়া কবি-সাহিত্যিকসকলৰ মন-মগজুতো কৌতুহল পৰিলক্ষিত হয় আৰু এনে কৌতুহলে এই নাৰী চৰিত্ৰটিক অনন্য ৰূপত অসমীয়া সাহিত্যত ৰূপায়িতও কৰি তুলিছে৷ মহাভাৰতীয় চৰিত্ৰ ‘দ্ৰৌপদী’ৰ জীৱন তথা সমস্যাক অসমীয়া কাব্যসাহিত্যত প্ৰতিভাত কৰি তোলা মহিলা কবিসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ, কৰবী ডেকা হাজৰিকা আৰু তোষপ্ৰভা কলিতা অন্যতম৷ এই তিনিওগৰাকী কবিৰ কবিতাত নৱ দৃষ্টিভঙ্গীৰে দ্ৰৌপদীৰ জীৱন অথবা ‘দ্ৰৌপদী’ চৰিত্ৰটিৰ সুন্দৰ বিশ্লেষণ প্ৰকাশিত হৈছে৷ এই বিশ্লেষণে মহাভাৰতীয় চৰিত্ৰটিক আৰু অধিক সূক্ষ্মদৃষ্টিৰে অনুধাৱন কৰিবলৈ পাঠক সমাজক আগ্ৰহী তথা উৎসাহিত কৰিব৷
Keywords:
মূখ্য শব্দ ঃ অসমীয়া মহিলা কবি, মহাভাৰতীয় চৰিত্ৰ, দ্ৰৌপদী, নাৰীৰ মনোজগত, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা
Cite Article:
"Axomiya Mahila Kabir Kabitat Mahabharatiya Saritra Draupadi: Eti Bislekhon", International Journal of Novel Research and Development (www.ijnrd.org), ISSN:2456-4184, Vol.8, Issue 11, page no.b106-b110, November-2023, Available :http://www.ijnrd.org/papers/IJNRD2311112.pdf
Downloads:
000118755
ISSN:
2456-4184 | IMPACT FACTOR: 8.76 Calculated By Google Scholar| ESTD YEAR: 2016
An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 8.76 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator
Facebook Twitter Instagram LinkedIn